Posts

Showing posts from August, 2023

চাপৰত অবৈধ তীৰ খেলৰ বিৰুদ্ধে অভিযান।

Image
  তীৰ ৰমৰমীয়া খেলৰ বিৰুদ্ধে মহকুমা আৰক্ষী বিষয়া স্মৃতি ৰেখাৰ অভিযান। অভিযানত আটক তিনিজন তীৰ খেলৰ বুকি। আটকাধীন তিনিজন ব্যক্তি হ'ল সাহাজুদ্দিন সেখ, আনোৱাৰ হুছেইন আৰু আবু বক্কৰ মণ্ডল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ লগতে তিনিওকে প্ৰেৰণ কৰে জে’ললৈ। আছু আৰু আক্ৰাছুৰ প্ৰশ্ন-  তীৰ খেলৰ ৰমৰমীয়া বেহা চলোৱা এজেণ্টক আটক কৰিলে নহ’ব, তীৰ খেলৰ মালিকক আটক কৰিবলৈ সক্ষম হ’বনে আৰক্ষী? নে মাহেকীয়া বন্ধ হোৱাৰ বাবে কেবল বুকিক আটক কৰি তীৰ খেলৰ মাফিয়াক ভয় দেখুওৱাৰ কৌশল! কেতিয়া আটক হ'ব তীৰ খেলৰ মালিক!